Thursday, 18 January 2018

কবিতা

✍নীলাঞ্জনা দত্ত
১৭/১/১৮

নি:সাৰ কাজলত
নি:শব্দ মই
স্তব্ধ সময়।
পশ্চাব্ধাৱন দুভাগ্যত
আন্ধাৰৰ আলিংগন,
নিলাম কৰি হৃদয়ৰ ভালপোৱা
শিহৰিত মই গোপন ভাৱনাত।
এতিয়া আটোম টোকাৰি
মোৰ সপোনৰ পজাঁ
অপেক্ষা মাথোঁ
এজাক জীপাল জোনাকৰ বৰষুণৰ।

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...