Saturday, 27 January 2018

সুখৰ অনুভূতি ✍গীতাশ্ৰী দত্ত

#সুখৰ অনুভূতি
✍গীতাশ্ৰী দত্ত

মনত সীমাহীন আনন্দ আজি বিনিতাৰ,পুতেক ১০  বছৰৰ তপস্যাৰ ফলাফলত সি অঞ্চলটোৰ ভিতৰত প্ৰথম হৈছে। বিনিতাও সুখী মাত্র তাই এটা চিন্তা   দৰিদ্ৰতাই জুৰুলা কৰা টেবুল চকী নথকা ঘৰখনৰ একমাত্ৰ পালেংখন খবৰ কৰিব আহা মানুহৰ ভৰত নাভাগে যেন এইটো কথাকে ভাবি বুকুখন কপি উঠিছে  তাই।

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...