Thursday, 18 January 2018

প্রিয় উক্তি

#প্ৰিয়কবিতাৰ পংক্তি
✍তুলিকা চেতিয়া য়েইন

আজানৰ সুৰত মেলি দিলোঁ
ভাটিয়ালী নাও
উজায়ে যাওঁ মই
শতৰুৱে চিঞৰে
এই ঘাটে নাহিবি
সেই ঘাটত নচপাবি নাও
ক'ৰেনো শাখিনী তেজা ৰৈ ৰৈ বঠা মাৰো
ধুমুহাতো তৰি দিওঁ পাল
কিনো মায়াৰে মুহিলি অ' মোৰ দিখৌ
তোৰেই প্ৰেমত মতলীয়া যে মই।

#অত্ৰেয়ী বৰদলৈ

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...