#প্ৰিয়কবিতাৰ পংক্তি
"বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?
তুমি সাৰে আছা,সাৰে আছোঁ আমি
আৰু সাৰে আছে প্ৰীতিবিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ
বড়ো গাভৰুৰ নাচোনৰ তাল ভাঙে
জনতাৰ চকু চকুৰ পানীৰে পূৰ।
মাজনিশা কোনে ৰাজ-আলিয়েদি
আক্ষেপ কৰি যায়,বিষ্ণু ৰাভা নাই।"-
---বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য
✍অত্ৰেয়ী বৰদলৈ
No comments:
Post a Comment